Moi Jetia Ei Jibonor (মই যেতিয়া এই জীৱনৰ) By Bhupen Hazarika Lyrics In Assamese
মায়া এৰি গুচি যাম
মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম.......
আশা কৰোঁ মোৰ ছিতাৰ কাষত তোমাৰ সহাঁৰি পাম
নালাগে মোক মোৰ সোঁৱৰনি সভা
নালাগে মোক মিচা নাম
তোমাৰ এটুপি চকুলোঁ পালেই
মই পাম মোৰ দাম
মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম.......
মানুহৰ বাবে গীত গায় গায়
তোমাক পাহৰি গ'লো
সেয়েহে হ'বলা ভৰ জীৱনতে তোমাকো হেৰুৱালোঁ
সেই ক্ষোভে মোক দহিছে আজিও শান্তি ক'তেনো পাম
তোমাৰ এটুপি চকুলোঁ পালেই
মই পাম মোৰ দাম
মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম......
মোৰ জীৱনৰ সংগ্ৰাম খিনি ফহিয়ায় চালে পাম
মোৰ জীৱনৰ সংগ্ৰাম খিনি ফহিয়ায় চালে পাম
তুমি নিদিয়া মৰম খিনিতে আছিল সৰগী ধাম
তোমাৰ এটুপি চকুলোঁ পালেই
মই পাম মোৰ দাম
মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম......
- Song: Moi Jetai Ei Jibonor
- Artist: Bhupen Hazarika
- Album: Sentimental Bhupen -Moi Kiyo Thikanabih
Moi Jetia Ei Jibonor Lyrics Assamese
মই যেতিয়া এই জীৱনৰমায়া এৰি গুচি যাম