O Seng By Kussum Kailash Lyrics | New Assamese Video Song 2020 Lyrics

O Seng By Kussum Kailash || Mon Moina || New Assamese Video Song 2020 Lyrics
  • Album : Mon Moina 2020
  • Song    : O Seng 
  • Singer  : Kussum Kailash & Nilakshi Neog
  • Lyrics/Tune : Kussum Kailash , Luit Neel , Ujjwal Aarong & Jagot Maahish
  • Music  : Ujjwal Aarong


Lyrics : O Seng By Kussum Kailash
অ ছেং   কি মৰম লগালি ক'
অ  ছেং পগলা কৰিলি ক'
অ ছেং  তোৰে প্ৰেম সাগৰত ক'
অ  ছেং  জাপে মই দিলং ক'
তই মন মইনা ঐ
এৰি থৈ নাযাবি ঐ
তই জান মইনা ঐ
ভাবি চাবি মোলে ঐ
কেতিয়াকৈ পামে তোৰ
মৰমৰ এষাৰি মাত
অ  ছেং কি মৰম লগালি ক'
পগলা কৰিলি ক'

অভিমানী হৈ মোৰ জান জনী ঐ
নকবি দেই নকবি দেই
এৰি যামেগৈ
মৰম নদীত ঐ
মোৰ জান জনী ঐ
সাতুৰি নাদুৰি আছো তোৰে সতে ঐ
তই মন মইনা ঐ ভাবি চাবি মোলে ঐ
তই জান মইনা ঐ আতৰি নাযাবি ঐ কেতিয়াকৈ দিবি তোৰ মৰমৰ সহাৰিৰ হাত

মনতে তোকে চোন ভাবো
বুকুতে ঘৰ এটি সাজো
নেভাবি নোৱাৰো বুজিও নুবুজু
কিয় উৰি উৰি মন তোৰ কাষলে যায়

অ  ছেং  তোৰে চাই মুখনি
অ  ছেং   যাবলে টোপনি
অ  ছেং   কেতিয়াকৈনো পাম
অ  ছেং   বুকুতে সাৱটি
তই মইনা ঐ ভাবি থাকোং তোকে ঐ
তই জান মইনা ঐ
আনলে নাভাবোং ঐ
দূৰে দূৰে নৰ'বি দিবি তই
সহাৰিৰ হাত
অ  ছেং   মনকে বান্ধি লং ক'
তই ছেং  মোৰ হ'বিনে ক'
অ  ছেং   কি মৰম লগালি ক'
বলিয়া কৰিলি ক'