O Seng By Kussum Kailash || Mon Moina || New Assamese Video Song 2020 Lyrics
- Album : Mon Moina 2020
- Song : O Seng
- Singer : Kussum Kailash & Nilakshi Neog
- Lyrics/Tune : Kussum Kailash , Luit Neel , Ujjwal Aarong & Jagot Maahish
- Music : Ujjwal Aarong
Lyrics : O Seng By Kussum Kailash
অ ছেং কি মৰম লগালি ক'
অ ছেং পগলা কৰিলি ক'
অ ছেং তোৰে প্ৰেম সাগৰত ক'
অ ছেং জাপে মই দিলং ক'
তই মন মইনা ঐ
এৰি থৈ নাযাবি ঐ
তই জান মইনা ঐ
ভাবি চাবি মোলে ঐ
কেতিয়াকৈ পামে তোৰ
মৰমৰ এষাৰি মাত
অ ছেং কি মৰম লগালি ক'
পগলা কৰিলি ক'
অভিমানী হৈ মোৰ জান জনী ঐ
নকবি দেই নকবি দেই
এৰি যামেগৈ
মৰম নদীত ঐ
মোৰ জান জনী ঐ
সাতুৰি নাদুৰি আছো তোৰে সতে ঐ
তই মন মইনা ঐ ভাবি চাবি মোলে ঐ
তই জান মইনা ঐ আতৰি নাযাবি ঐ কেতিয়াকৈ দিবি তোৰ মৰমৰ সহাৰিৰ হাত
মনতে তোকে চোন ভাবো
বুকুতে ঘৰ এটি সাজো
নেভাবি নোৱাৰো বুজিও নুবুজু
কিয় উৰি উৰি মন তোৰ কাষলে যায়
অ ছেং তোৰে চাই মুখনি
অ ছেং যাবলে টোপনি
অ ছেং কেতিয়াকৈনো পাম
অ ছেং বুকুতে সাৱটি
তই মইনা ঐ ভাবি থাকোং তোকে ঐ
তই জান মইনা ঐ
আনলে নাভাবোং ঐ
দূৰে দূৰে নৰ'বি দিবি তই
সহাৰিৰ হাত
অ ছেং মনকে বান্ধি লং ক'
তই ছেং মোৰ হ'বিনে ক'
অ ছেং কি মৰম লগালি ক'
বলিয়া কৰিলি ক'