Coronavirus | Covid-19 | lockdown in Assam |

মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা সংবাদমেল পাতি ঘোষণা কৰে যে ২৪/০৩/২০২০ তাৰিখ বিয়লি ৬ বজাৰ পৰা ৩১/০৩/২০২০ তাৰিখলৈ Assam Lockdown হব।

Assam government has declared lockdown in Assam



আজি পুনৰ নিশা ১২ বজাৰ পৰা সমগ্ৰ দেশত LOCKDOWN। ২১ দিনৰ বাবে সমগ্ৰ দেশতে LOCKDOWN। অহা ১৪ এপ্ৰিললৈকে দেশৰ সকলো ৰাজ্য জিলা, প্ৰতিখন গাঁও-চহৰ লকডাউন ঘোষণা প্ৰধানমন্ত্ৰীৰ ।


গেলামাল দোকান, ফাৰ্মাচী, পেট্ৰোল পাম্প, পানী যোগান, ৰন্ধন গেছৰ আদি সেৱা খোলা থাকিব।
এম্বুলেন্স, চিকিৎসা বা জৰুৰীকালীন সেৱাসমুহ অব্যাহত থাকিব।

চৰকাৰী বেচৰকাৰী কাৰ্যালয়, যানবাহন সেৱা বন্ধ থাকিব।
অত্যাৱশ্যকীয় সেৱাৰ বাহিৰ সকলো বন্ধ থাকিব।

ইয়াৰ উপৰিও আপোনালোকে লক ডাউনৰ সময়ত  বিনা কাৰনত ঘৰৰপৰা বাহিৰত ওলাই আহিব নোৱাৰিব।
নিয়ম ভংগ কৰিলে ছমাহ জেললৈ যাব লাগীয়া হব।

নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন। লক্ ডাউন নামানি ৰাজপথলৈ ওলাই অহা লোকক উত্তম মধ্যম আৰক্ষী প্ৰশাসনৰ।